অকলশৰীয়া, দুৰাগত এটি নিশা কিমান কঠিন হব পাৰে; যে কোনোৱে নিশাটোকে নিজৰ সংগী হিচাপে লৈ কথা পাতিবলৈ আৰম্ভ কৰে! গভীৰ বাৰ্তালাপ! অথচ নিমাত দুয়ো! শব্দ মাথোঁ এটা! উশাহ! কিন্তু........
'কাৰ উশাহ?'
শুনক আমাৰ নতুন গীত কাৰ উশাহ...
Spotify: https://open.spotify.com/album/4LOI5z...
Amazon Music:
https://music.amazon.in/albums/B0C6YX...
Apple Music:
/ kaar-uxaah-uxaah-feat-anurag-barua-samprit...
===================================
AUDIO CREDITS
Vocals: Anurag Barua,Sampriti Goswami
Composer: Hiru Paban, Anurag Barua
Music Director/ Producer : Hiru Paban
Lyrics : Indranil Gayan
Guitar : Hiru Paban
Bass : Himangshu Bass
Tabla/Ambient Percussion : Hriday Baba
Shehnai : Ramachandran PS
Mix-Master: Nishant P Das (Euphony Studio, Mumbai)
Recording Engineers: Bedashis Sharma
(Vocal - Sangeet Audio Lab, Nagaon)
Anish Mohan
(Shehnai - Atrium Sound Studios, Chennai)
Partha Protim Das
(Tabla, Ambient Percussion - Euphony Studio,Mumbai)
Nishant P Das
(Vocal, Acoustic Guitar - Euphony Studio, Mumbai)
=============================================================
VISUAL CREDITS
Sketch Artists : Indranil Gayan
Pranjit Sungmai
Suwagmoni Saikia
Video Editing : Kaju Gayan
Pulak Jyoti Saikia
Poster Design : Kaju Gayan
Graphics Partner : Design Store
============================================================
LYRICS
"কাৰ উশাহ!"
দীঘল হৈ পৰি থকা ৰাতিটোৱে সুধিলে, "ইমান উদাস ? আন্ধাৰখিনি মোক দিয়া..."
ৰাতিৰ ৰাতিটো পাৰ কৰিছোঁ
শুনা- নুশুনাকৈ
পাৰ নোহোৱা জয়াল ৰাতিটোক
শুবলৈ দিছোঁ...
"কাৰ উশাহ!"
দীঘল হৈ পৰি থকা ৰাতিটোৱে সুধিলে, "ইমান উদাস ? আন্ধাৰখিনি মোক দিয়া..."
"এতিয়া ? উশাহ নাই!
এতিয়া নিশাহো নাই!
কাৰ উশাহ !"
গলি থকা বৰফৰ টুকুৰা
টুকুৰা টুকুৰ
যেন চকুৰে নামি অহা
যেন লুণীয়া সোণ!
"মোৰ মাত শুনিছা ?"
হেৰাই যোৱা মাত !"
"কাৰ উশাহ!"
"ইমান উদাস!"
"কাৰ উশাহ!"
দীঘল হৈ পৰি থকা ৰাতিটোৱে সুধিলে, "ইমান উদাস?"
"কাৰ উশাহ!"
"ইমান উদাস!"
"কাৰ উশাহ?"