100 Most Important Science GK Question Answers || Upcoming Exam. Preparation ||

Опубликовано: 07 Август 2026
на канале: TESTMATE
173
27

100 Most Important Science GK Question Answers || Upcoming Exam. Preparation || ‪@TESTMATEkushal‬
Welcome to the channel , In this video, we have covered some most important questions and answers regarding science releted general knowledge , which are very much important for competitive examination like, TET, CTET, ADRE, DME, ASSAM POLICE etc.

বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞান
1. প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
2. প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
3.প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
4.প্ৰশ্ন:ভিটামিন 'C' ৰ আন এটা নাম কি?
5.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
6.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
7.প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি?
8.প্ৰশ্ন:বংশগতিৰ একক কি?
9.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
10.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
11.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
12.প্ৰশ্ন:সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
13.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
14.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
15.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
16.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
17.প্ৰশ্ন:প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
18.প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
19.প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
20.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
21.প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ'টিন কি?
22.প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
23.প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
24.প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ
25.প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?
26.প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন?
27.প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?
28.প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?
29.প্ৰশ্ন:লুমেন কিহৰ একক?
30.প্ৰশ্ন:কেচুৰ চকু কেইটা?
31.প্ৰশ্ন:'ব্লেক হল' সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?
32.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি?
33.প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি?
34.প্ৰশ্ন:কি ধাতু তৰল অৱস্হাত থাকে?
35.প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?
36.প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?
37.প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?
38.প্ৰশ্ন:আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
39.প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?
40.প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?
41.প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?
42.প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
43.প্ৰশ্ন:প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
44.প্ৰশ্ন:নিউটন কিহৰ একক?।
45.প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
46.প্ৰশ্ন:AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
47.প্ৰশ্ন:কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?
48.প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?
49.প্ৰশ্ন:CGS পদ্ধতিত শক্তিৰ একক কি?
50.প্ৰশ্ন:পিতলত কি কি ধাতু থাকে?
51.প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
52.প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
53.প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
54.প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
55.প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।
56.প্ৰশ্ন: "বেঘনীসেহাসুৰ" - কি?
57.প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?
58.প্ৰশ্ন:প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?
59.প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ?
60.প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?
61.প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
62.প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
63.প্ৰশ্ন: কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
64.প্ৰশ্ন: হাতঘড়ী প্রথম কেতিয়া, ক'ত সাজি উলিওৱা হৈছিল ?
65.প্ৰশ্ন: উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ?
66.প্ৰশ্ন: আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি ?
67.প্ৰশ্ন: পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি १
68.প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক'ত অৱস্থিত ।
69.প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?
70.প্ৰশ্ন: পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?
71.প্ৰশ্ন: উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?
72.প্ৰশ্ন:পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়?
73.প্ৰশ্ন:কুঁহিয়াৰত থকা শৰ্নাকৰাবিধৰ নাম কি?
74.প্ৰশ্ন:সুমথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?
75.প্ৰশ্ন:এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?
76.প্ৰশ্ন:কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?
77.প্ৰশ্ন:আটঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?
78.প্ৰশ্ন:কোনবিধ গছে সর্ দিয়ে ?
79.প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ?
80.প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি?
#governmentjobs
#sciencegk
#gkinassamese

For more videos Please subscribe to our channel, stay connected ..