বিহু সম্ৰাট খগেন মহন্তদেৱে গোৱা এটি জনপ্ৰিয় অসমীয়া বিহু গীত ..'ঔ কুমলীয়া', আজি ৰঙালী বিহুৰ দিনাখন এই গীতটি কণমানি দ্ৰাৱিণ আৰু নীৰজে নিজৰ ঘৰৰ চোতালত গাবলৈ প্ৰয়াস কৰিছে আৰু গীতটিত নাচিবলৈ চেষ্টা কৰিছে। অনুগ্ৰহ কৰি সকলোৱে লাইক, কমেন্ট আৰু চেনেলটো চাবচ্ক্ৰাইৱ কৰি কণমানি শিশুদুটিক উৎসাহিত কৰিব।