পটিয়া গাঁৱৰ সমূহ ৰাইজৰ সহযোগত
প্ৰথম বাৰ্ষিক অবিৰত শ্ৰী শ্ৰী ৰামায়ণ মহাকাব্য পাঠ
৩ অক্টোবৰৰ পৰা ৬ অক্টোবৰ লৈ
আপোনি যদি ভিডিঅ টি চাই ভাল পালে তেন্তে আপোনাৰ পৰিয়ালৰ সকলোৰে লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আৰু আপোনাৰ বহুমূলীয়া বাৰ্তা প্ৰেৰণ কৰি জনাব।
আপোনাৰ এটি বাৰ্তাই আমাক বহুত উৎসাহিত কৰিব।।
#assamese #culture #devotional #ramayan #assam