SONG TITLE: NIYOR TUPAL
ALBUM: KING
Song Credits :
🎤SINGER: ZUBEEN GARG
🎼MUSIC: DIPKESH BORGOHAIN
✍LYRICS & TUNE: CHAMPAK SAIKIA
RECORDED BY PALASH GOGOI AT STUDIO MAA, GUWAHATI
MIXING & MASTERING: MANAB PHUKAN
PRODUCER: CHAMPAK SAIKIA
CO. PRODUCER: BISMRITI GOGOI SAIKIA
To download and streaming the song please check the below link❤️❤️💖💖
https://social.tunecore.com/linkShare...
আশা কৰো গীতটি সকলোৱে শুনিব আৰু চেনেলটি subscribe কৰিব নাপাহৰিব❤
নিয়ৰ টুপাল শেৱালি পাহি
জোনৰো জোনাকী মেলা
সুভাসত হল জোনকী জনীৰও
মন মতলীয়া
আইৰে চাকি তুলসি তলত
জ্বলিব সন্ধিয়া চোতালৰ আগত
পদুলি মুখৰ বকুল জুপি
খিৰিকিৰে চাও আছে হালি
মনেও আছে লুকাভাকু খেলি
সপোনৰ দলিচা পাৰি বহি
জিৰাম দুয়ো তাতে বহি
দোলে মন আবেগত অজানিতে
হিয়াৰে মৰমত দোৱাৰতে
মৰম মৰম বুকুৰ মাজত
আউসীৰ এন্ধাৰ মোৰে লগত
তোমাৰ স্মৃতিয়ে দোলা দি যায়
মনৰ মাজেৰে মৰম বৈ যায়
সাতুৰিম দুয়ো আপোন মনে
আশাৰ তৰি আমি সজামে
টুলবুল টুলবুল এখনি নাও
বিচাৰি কাষতে তোমাকে পাও
Contact at 9706038446 for LYRICS AND COMPOSITION in between 11.00 am to 12 noon.
***Any uploads of this song on social platform without consent of producer, legal action will be taken under copyright Act **
**Don't upload the song illegally **