Ti Ti Tita Pat By Neel Akash || Kussum Kailash || Luit Neel || Mrinmoy Mrittwik || Bihuwan 2022

Опубликовано: 19 Июнь 2026
на канале: Neel Akash Das
4,368,355
65k

Album : BIHUWAN 2022
Song : Ti Ti Tita Pat
Singer : Neel Akash
Music : Ujjwal Aarong
Lyrics & Tune: Luit Neel
Additional lyrics & Tune: Mrinmoy Mrittwik & Kussum Kailash
Mix & Master: Ibson Lal Baruah
Backing Vocals: Dorothy Bordoloi
Recorded at studio Sristi (The Creative Eye) & Studio Fusion
Guitar: Bikash Gogoi
Flute: Bitopan Konwar

Digital Market & Media Director
Junaak Milon (‪@DhwaniMusic‬ )

Lyrical Video Editor
Biman Boruah Axomiya

Special Thanks : Bharat Saikia, Bull Baruah, Rajiv Sarmah, Ghana Hazarika, Binod Baruah, Dinesh Kai, Chintu Pathak, Meer Deep, Nitikesh, Sanat, Manab Gogoi, Biplov Konwar, Jogot Gogoi, Jayprakash, Bhargav, Gojo and Nancy Phukan.




Lyrics
তি তি তিতা পাত
মুখৰ কি মিঠা মাত
চকুত চকু পৰিলে
মিচিকিয়াই হাঁহিলে
বিজুলী যেন লাগি যায় গাত
যি তি ভাবনাত
জ্বলে পোৰে মোৰ গা
সপোনতো দেখিছো
দিঠকতো দেখিছো
পগলা যে হলো মই চা
সেই দেখি পেটলৈ নাযায় ভাত
শুনিছ'নে মুখৰো নোলায় মাত
ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
চিন্তা জ্বৰ উঠিছে গাত ৷৷

পাহাৰে পাহাৰে বগাই গৈ আনি দিম
পাহাৰীয়া কপৌফুল,
তাতে, তয়ো সোন যাচিবি ফুলামকৈ বিহুৱান
সানি লৈ কলিজাৰ বোল
সেই দেখি পেটলৈ নাযায় ভাত
শুনিছ'নে মুখৰো নোলায় মাত
ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
চিন্তা জ্বৰ উঠিছে গাত ৷৷

মইনাজান পালিনে উমান
বুকুত তোৰে ঢৌ
সাগৰৰ সমান
মোৰে মইনাজান আৰুনো কিমান
থাকিম তোলে ৰৈ
ভাঙি অভিমান
সেই দেখি পেটলৈ নাযায় ভাত
শুনিছ'নে মুখৰো নোলায় মাত
ভাবি ভাবি চিন্তা জ্বৰ উঠিছে
চিন্তা জ্বৰ উঠিছে গাত ৷৷















#Ti_Ti_Tita_Pat#Neel_Akash#Bihuwan7