মহিলা উদ্যমিতা আচঁনিৰ Business plan Form খন কেনেকৈ ফিলাপ কৰিব।।

Опубликовано: 29 Сентябрь 2026
на канале: NhkTime
1,530
24

Business plan Form fillup কেনেকৈ কৰিব সবিশেষ জানিব এই Video টোৰ দ্বাৰা। Business plan নিৰ্ধাৰণ কৰিব আপোনাৰ income, trade, আপোনাৰ economy activity planning. গতিকে শুদ্ধ ভাবে ফিলাপ কৰিব নহ'লে Rejecte হ'ব পাৰে আপোনাৰ Application.