মই কাকো কষ্ট নাই, কাজিয়া, অপৰাধৰ ৰেকৰ্ড নাই

Опубликовано: 13 Сентябрь 2026
на канале: NKTV PLUS
87,672
1.5k

▶️মোক হেণ্ডকাফ লগাই ধীৰেনপাৰালৈ লৈ গৈছিল। মেডিকেলত এটা বেজী দিছিল মোক। থানাত কথা পাতিবলৈ, মোক কাকো লগ ধৰিবলৈ সুবিধা দিয়া নাছিল। মোক ডেলিভাৰীৰ কাম কৰিবলৈ স্কুটীখন আগবঢ়াই দিয়া বা গৰাকীক আৰু অফিচৰ এজনক ফোন কৰিছিলোঁ। কাৰণ মোৰ হাতত থকা পাৰ্চেলখিনি জমা দিব লাগিব। ভুক্তভোগী জ্ঞানদীপ হাজৰিকাৰ মুখেৰে শুনক আচল কাহিনী।