Toi Mur Logote | Nekib x Priyanka Bharali | Rekibul Hassan | New Assamese Romantic Song 2024

Опубликовано: 10 Июнь 2026
на канале: Times Music Axom
45,678
861

Times Music Axom presents 'Toi Mur Logote', super romantic new Assamese Song of 2024 sung by Nekib and Proyanka Bharali. This latest Assamese Song has been penned down and composed by Rekibul Hassan.

#newassamesesong #nekib #priyankabharali #assamesesong #latestassamesesongs

Credits
Song : Toi Mur Logote
Singer- Nekib & Priyanka Bharali
Lyrics & Composer- Rekibul
Music- Washim Ayan
Guitar- Chandan Mahanta
Mix & Mastering- Dipkesh Borgohain
Video & Creative : Rituporn Gogoi
Production - Rhythm Roots Productions LLP

Download & Stream on :
Insta : https://bit.ly/3Uk4TWy
Spotify : https://bit.ly/40fRpiE
Wynk : https://bit.ly/4dYLhhE
Amazon Music : https://bit.ly/3YxuJZJ
Apple Music : https://bit.ly/40hI0H9
JioSaavn : https://bit.ly/40hI6P1
Gaana : https://bit.ly/4eMZYWq
YT Music : https://bit.ly/48j7iXf
Hungama : https://bit.ly/3BSfJwV

Lyrics
চাওঁতে চকুলৈ
যাওঁতে কাষলৈ
লাহে লাহে গলো সোমাই তোৰ বুকুলৈ ।

তোৰ যেনেকৈ
মোৰো তেনেকৈ
চকুত চকু পৰি মৰম বাঢ়িলে তোলৈ।

অ দূৰণিৰে তৰা
কিয় লাগে মোক
জনম জনমলে কাষত পালো তোক বুকু পোহৰাবলে....
তই মোৰ লগতে
মই তোৰ লগতে
থাকিলে থাকিব মৰম বুকুতে
অ তই মোৰ লগতে
মই তোৰ লগতে
থাকিলে থাকিব মৰম বুকুতে......


তোৰে হাহিঁত বাহিঁ বজাই মোৰ সপোনে
এনে কথা কলে মৰম বাঢ়ে দুগুনে
এ তোৰ এটি চুমাতে মোৰ ভাগৰ আতৰে ।
এনে কথা‌ কবলে সি লাজো নকৰে ।

তোৰে হাহিঁত বাহিঁ বজাই মোৰ সপোনে
এনে কথা কলে মৰম বাঢ়ে দুগুনে
এ তোৰে এটি চুমাতে মোৰ ভাগৰ আতৰে
যাহ ! এনে কথা কবলে সি লাজো নকৰে
এ দূৰণিৰে তৰা কিয় লাগে মোক
জনম জনমলে কাষত পালো তোক বুকু পোহৰাবলে.....
তই মোৰ লগতে
মই তোৰ লগতে
থাকিলে থাকিব মৰম বুকুতে
তই মোৰ লগতে
মই তোৰ লগতে
থাকিলে থাকিব মৰম বুকুতে

যিমানেই তই দিবি মৰম
সিমানে বাঢ়ে
মৰম হেনু এনেকুৱাই দুটি মনৰে
ৰদে -বৰষুণে দুয়ো হম দুয়োৰে
সুখে-দুখে হব এখন ঘৰ আমাৰে
অ‌ যিমানেই তই দিবি মৰম সিমানে বাঢ়ে
মৰম হেনু এনেকুৱাই দুটি মনৰে
ৰদে -‌‌বৰষুণে দুয়ো হম দুয়োৰে
অ‌ সুখে -দুখে হব এখন ঘৰ আমাৰে
অ দূৰণিৰে তৰা কিয় লাগে মোক
জনম জনমলে কাষত পালো তোক
বুকু পোহৰাবলে .....
তই মোৰ লগতে
মই তোৰ লগতে
থাকিলে থাকিব মৰম বুকুতে
অ তই মোৰ লগতে
মই তোৰ লগতে
থাকিলে থাকিব মৰম বুকুতে ।।

   / @timesmusicaxom  

Like || Share || Subscribe || Love

For more updates:
WhatsApp Channel : https://whatsapp.com/channel/0029Va92...
Facebook :   / timesmusicassamese  
Instagram :   / timesmusicassamese  
Tweet us your favourite videos on :   / timesmusiceast  
Website : http://www.timesmusic.com/