ADRE 2.0 || grade 4 model question || New exam preparation questions
আমি আপোনালোকক দিয়া প্ৰশ্ন উত্তৰ সমূহ আহিথকা যিকোনো exam ৰ কাৰণে দিয়া হৈছে । এই প্ৰশ্ন সমূহ কেৱল adre exam তে আহিব তেনে নহয়। আপোনাৰ যিকোনো competitive exam ৰ কাৰণে এই প্ৰশ্ন সমূহ আৱশ্যকীয়। কিয়নো প্ৰতিটো exam তে একেখিনি প্ৰশ্ন ই সুধা হয়। গতিকে আপোনলোকে প্ৰতিটো পৰীক্ষাৰ কাৰণে এই প্ৰশ্ন উত্তৰ সমূহ চাব পাৰে। যদি কেতিয়াবা আমি দিয়া প্ৰশ্ন সমূহ ভূল পায় তেন্তে কৃপা কৰি ভূল বোৰ আঙুলিয়াই দিয়ে যেন।🙏