ইংৰাজী ৯ এপ্ৰিল,২০২৩ তাৰিখে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত অশোক সিংঘাল দেৱে ডি এন সিংহ ষ্টেডিয়ামত গোৱালপাৰা জিলা প্ৰশাসনৰ জৰিয়তে আয়োজন কৰা অনুস্থান "গীনিজ বুক অৱ ৱৰ্ল্ড ৰেক'ৰ্ডৰ" বাবে অসম চৰকাৰৰ দ্বাৰা অহা ১৪ এপ্ৰিলত সৰুসজাইত প্ৰদৰ্শিত হবলগীয়া বিহুৰ কাৰ্যসূচীত জিলাখনৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া ২০০ শ গৰাকী বিহুৱা বিহুৱতীৰ অন্তিম আখৰা পৰ্যবেক্ষণ কৰে ।