"I always had this urge to reflect the muckraking elements that we see everyday in our daily lives. This is life and we have accepted it but for how long? This was the biggest question and the lyrics came automatically to me when I sat down to write. This song and the whole thing was done within a week and I couldn't wait to make debut cause this was looking super good. All credits go to A.Void." - Minimi
Artist Contact Details :
E-Mail - [email protected]
Audio credits:
Prod by- SYNDROME
Lyrics- MINIMI
Composed by- MINIMI
Performed by- MINIMI
Mixed and Mastered by- PINKU DAS (Red AV Studio)
Video Credits:
Directed by- Ankan Sunuwar (A.Void)
Assist. SACHIN RANA & ARINDAM SIKDER
Social Profiles:
MINIMI
Facebook: / minimimusic
Soundcloud: / minimimusic
Instagram:
/ minimimusic
A.VOID:
Facebook: / theartisticvoid
Instagram: / theartisticvoid
Twitter: / theartisticvoid
Full Lyrics:
1st verse:
বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাতেই
মানৱতাৰ মৃত্যু , কি হত্যা , কি ধৰ্ষণ
তেজপিপাসু কিছু দানৱৰ বিচৰণ
সেউজীয়া পৃথিৱী হ’ল ৰাঙলী
আৱাহন এয়া কাল সন্ধ্যাৰ
লাগে ভয়, গণো ক্ষণ
সকলো দেখি শুনিও কিয় নিমাত আমি?
কিয় ভাল পাঁও নিজকে পুতলা সাজি?
শোষকক কিয় দিলো শাসকৰ আসন?
আৱাহন
গণো ক্ষণ
আৱাহন
2nd verse:
মহানগৰীৰ ৰাজপথ জনশূণ্য
ৰাতি গোপনে চলে তাত কাণ্ড জঘণ্য
খোজ দিবলে এই মহা অৰণ্যত
কিয় কৰে ভয় মোৰ মাঁ , মোৰ প্ৰেয়সীয়ে,
মোৰ বাইদেউ , মোৰ ভনীয়ে,
মুখ ঢাকি ওৰণিৰে ,
একা – বেঁকা চাৱনি কিছু মানুহৰ দেখে কিয়?
যদি আছে তাত কোনো আত্মজ, কোনো ভাই
যদি ভাবে নিজকে মানুহ বুলি কোনোবাই
নিদিয়ে কিয় বাৰু মানৱতাৰ শিক্ষা?
সকলোৰে বাবে ময়ে মাগিছো ভিক্ষা
(সকলোৰে বাবে ময়ে মাগিছো ভিক্ষা)
আৱাহন
গণো ক্ষণ
আৱাহন
©Shopolo Music