পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন || অতিৰিক্ত প্ৰশ্ন উত্তৰৰ আলোচনা
এই ভিদিওটোত সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং ৩ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
পাঠটোৰ কিছুমান দৰকাৰী অতিৰিক্ত চমু প্ৰশ্নৰ দিয়া হৈছে । ছাত্ৰ ছাত্ৰী সকলৰ বাবে এই ভিদিওটো যথেষ্ট উপকৃত হব বুলি আশা কৰা হৈছে ।