Class 7 Social Science || পৃথিৱীৰ অভ্যন্তৰ ভাগ || দৰকাৰী অতিৰিক্ত প্ৰশ্ন উত্তৰ
এই ভিদিওটোত সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং ২ পৃথিৱীৰ অভ্যন্তৰ ভাগ পাঠটোৰ কিছুমান দৰকাৰী অতিৰিক্ত চমু প্ৰশ্নৰ দিয়া হৈছে । ছাত্ৰ ছাত্ৰী সকলৰ বাবে এই ভিদিওটো যথেষ্ট উপকৃত হব বুলি আশা কৰা হৈছে ।