'Kolikaal | কলিকাল' is an Assamese Conscious Rap Written and Performed by Notxofar (Nilutpall Kakati) featuring Kool-D (Kul Deep) and Produced by Notxofar.
This song theorizes the Iron age. Basically in this song, you get some hint about what this age is all about and how it's predicted thousands of years ago. This song refers the mental state of humans living in this age. How good and evil differs from each other is talked. Next part of this song will come out with sth different discussion.
Visit • https://notxofar.in
'NOTXOFAR' is a Musical Project by Nilutpall Kakati, a Tezpur based Musician, Singer/Songwriter, Music Producer.
And the Featured Artist Kul Deep aka Kool-D is a Rapper/Writter from North Lakhimpur.
🖋 Lyrics 🖋
(Kool-D)
কলিকাল কলিকাল ঘোৰ কলিকাল
ডিঙিত লগাই ললি জাৰিদিয়া মনিডাল
হাতত পিন্ধিলি মুকুতা লগা আঙঠিটো
পাতিলি গ্ৰহপূজা দি লৈ মাননিটো
পাপৰ সাগৰ খনত পাইছনে ঠাৱনীটো
প্ৰভুজনো নহা হল দিবলৈ তোক জাননীটো
অথলে যাবগে নিকি খেতিয়কৰ খাটনি
কোনে দূৰ কৰিবহি দুখীয়াৰ নাটনি
গানৰ মাজেৰে আজি মেলি দিছোঁ পাতনি
নাহে কোনো আগবাঢ়ি , দিয়ে মাথোঁ চাৱনি
কৰি-যায় কৰি-যায় সবে কৰি-যায়
প্ৰভুক পূজে আৰু পাপবোৰ কৰি-যায়
মুখাৰ আঁৰত চলে অসৎ অভিপ্ৰায়
কোনে ঠগে লোকক আৰু কোনে কাম কৰি-খায়
কাটি সব চফা দিলে যত আছিল গছ-বন
বেয়াসোপা ট্রেণ্ডিঙত, ভালবোৰ পোষ্টপন
চালি-জাৰি জানি-বুজি বাছি লবি লগ-সংগ
একজনৰ প্ৰৰোচনাই বেয়া কৰে দহ-জন
সৎ-জন কত আছ, ওলায় আহ লগ-হম
লুটি-পুতি খোৱা কেইটাৰ নেচেলেকো পদ-জল
জনতা জাগিলেহে দেশ হব প্ৰজ্জ্বল
বিজ্ঞানে দিলেহি প্ৰযুক্তি
অজ্ঞানে কৰিলে অসৎ প্ৰয়োগ
আৰু লগালে সৱতে বিজুতি
এচামে কৰিলে সততাত নিয়োগ
মানুহে বগালে জখলা প্ৰগতিৰ
এচামে কৰিলে একতাক বিয়োগ
আৰু মানৱতাই খালে উজুটি
মানুহৰ গেলিব ধৰিছে ঘিঁউ
প্ৰভুৱে দিয়েজেন সৱকে সুমতি
যদি মই বিপদত এ-চিঞৰ দিওঁ
আজি মোক চাবনে কোনোবাই উভতি
যদি তই বিপদত এ-চিঞৰ দিয়
আজি তোক চাবনে কোনোবাই উভতি
মোক নালাগে এসোপা views
তোৰ দৰে Name Fame-ৰ নাই খজটি
কাৰণ;
পৰিত্যক্ত তই , পৰিপক্ক মই
গানবোৰ লিখিছোঁ গভীৰ তত্ত্ব লৈ
কোনে কয় মিছা আৰু কোনে সত্য কয়
কোনে দম্ভালি মাৰে অলপ তথ্য লৈ ।
(Notxofar)
সত্য, ত্রেতা, দ্বাপৰ, সভ্যতা সম-মাপৰ
কলিত মলিত পোত গৈ আছে মানুহ সকলো খাপৰ,
অতিমাত্ৰা লোভ লাভৰ, ভয়ো থাকে চেক-দাগৰ
নিশা পাৰ চিন্তাত সলাওঁতে সলাওঁতে বাগৰ
কিজানি পোহৰলৈ আহে ধন পাপৰ!
কলিকাল কলিকাল ঘোৰ কলিকাল
সত্যৰ হাতীটোৰ দৰে আজিৰ নেতাৰ শুৰ দুডাল
খোজ দিব নোৱাৰি খান্দি থৈছে দ খাল
পুতি ক'লা টকাগল, বজাই আছে খুঁটিতাল ।
তাল-ফাল লগাই মানুহে, আগ-গুৰি নজনাকে
নমনাকে সুৰক্ষা বাহিনীক,
নগণাকে সময়, ৰচি যায় কাহিনী,
অজ্ঞান হৈ প্ৰয়োগ সামাজিক মাধ্যমৰ
শুদ্ধ প্ৰয়োগৰ জ্ঞান নাই সময় নাই অধ্যয়নৰ,
"বিদ্যমান মই" বুলি মাৰে সবেই বিজ্ঞাপন
দুৰ্যোগত সুযোগ আহিলেও থপিয়াব পৰধন!
গছ কাটি ডাল-ডাল
সম্পত্তি গাল-গাল
লম্পতৰ মুখত মাল-মাল
তিলটোকে তাল-তাল
কূটনীতিৰ জাল-জাল
মুহূৰ্ততে লাল-লাল
বিশ্বাসত খাল-খাল
ধৰ্মনীতি ফাল-ফাল
প্ৰতিশ্ৰুতি ভাল-ভাল
গাদী পালে আল-বাল
এচামে ভোকত বজাই থাল
"আজি ইয়াৰ পাৰ্টি, কাইলৈ তাৰ পাল"
পুত্ৰ-বোৱাৰীৰ ঘৃণা, সোঁতৰা চাল,
এনেকুৱাই কলিকাল, এনেকুৱাই কলিকাল
জীয়াই থকাৰ হেঁপাহ বহুত মাৰিবলে সাজু আনক,
দানত দিয়া অলপমান, কান্ধত উঠাৰ স্বাভিমান
"ব্ৰহ্মপুত্ৰত দলিয়াই দুটকীয়া, গুলপীয়া এখন হেৰাই পাম
চেৰাই যাম সীমা, নাপালে স্বাস্থ্য-বীমা
অকলে খাম নিদিওঁ তোক"
তাৰ মিছা শোক, দেখি দুখীয়াৰ ভোক,
পোক-পোক-পোক টকাৰ,
মন্ত্ৰ ককাৰ, কৰিম পূজা লৈ মুণ্ড জঁকাৰ,
ভক্ত আসক্ত চুলাইৰ,
বেচোতাই কৰিছে পৰোপকাৰ।
All the beings are now busted by the iron age,
On absence of the Lion, Wolf fucking the Lioness
Teens got the old bitches, predators, paedophiles on it's Peak,
To seek prepubescent childs and Kick,
A sacred soul outta a tiny Bod
And y'all bitches keep finding your Lord!
I ain't going to talk about the Government,
You ain't independent (no) you ain't cool (nah)
Untill they rule (yeah)
size-up yourself as a fool! (Okay!)
Poverty could've gone but every loaded parents want their daughters and sons,
To born with silver spoon and to spawn
every morning wake up in a bowl flooded with cream-corns,
(wooo) can you see them posting pictures in IG showing devil-horns?
(and yeah, most of 'em like got the best job out there, you know what I'm saying! They're making youtube prank videos and tryna makeout in public and talking all the shit about Porn!)
সঁচা মানে কি? মিছাৰ আঁৰত যি,
চন্দ্ৰত বিচৰণ কৰি গম পালোঁ বায়ুৰ দিশ!
মানুহ আৰু সত্যৰ আজি বাঢ়িছে দূৰত্ব
ক'ব পাৰো স্পষ্ট কৈ যদিও শুনি হব কষ্ট,
সমাজত দেখা পাওঁ একোটাকৈ দুষ্ট,
ওপৰিঞ্চি নীতি-নিয়ম গঢ়াত যোন ব্যস্ত!
(To be Continued...)
▶Stream/Download & Connect with NOTXOFAR
Instagram : / notxofarmusic
Facebook : / notxofarmusic
JioSaavn : https://www.jiosaavn.com/artist/notxo...
Google Play Music : https://play.google.com/store/music/a...
iTunes / Apple Music : https://itunes.apple.com/in/artist/no...
Spotify : https://open.spotify.com/artist/4Pffi...
▶ Connect with Kool-D
Facebook : / kuldeep0976
YouTube : / @kuldeepakakoold
● Sometimes Support Conscious Artists too!
#notxofar #kool_d #kolikaal
notxofarmusic © 2019
Tezpur, Assam