Class 10 Social Science ইতিহাস খণ্ডৰ মুলকথা

Опубликовано: 21 Апрель 2026
на канале: sanjib chakravarty
34
2

দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ কিছুমান জনিবলগীয়া বিষয়বস্তু এই ভিদিওটোৰ যোগেদি দিয়া হৈছে । ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাৰ আগত এবাৰ ভিডিওটো চাই ললে বহুতখিনি কথা মনত পৰিব বুলি আশা কৰা হৈছে ।