Prepositions এই ভিডিওটোত তোমালোকে Preposition ৰ প্ৰায়খিনি নিয়ম শিকিব পাৰিবা । তোমালোকে এই নিয়ম খিনি ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিবা । আগলৈ ইয়াৰ ওপৰত আকৌ ভিডিও বনোৱা হব । গতিকে ভিডিওবোৰ ধৈৰ্য্যসহকাৰে চাই গলে পৰীক্ষাত নিশ্চয় নির্ভুলভাৱে Preposition ৰ উত্তৰ কৰিব পাৰিবা ।
Preposition of Time Practice Set Video link
• Preposition of Time - Prepositions | Class...